অনুভৱৰ একলম…

বিশাল আকাশত ওলমি ৰোৱা নীলাভৰ মাজত তোমাক পৰিলক্ষিত কৰাৰ বাবে সকলো এৰি খোজ দিছিলোঁ….. কিন্তু সেইয়া মোৰ ভুল আছিল…. তুমিতো নীলাম্বৰত অঙ্কিত নীলাভৰ জ্যোতি নাছিলা….. তুমিতো অনাকাংক্ষিত মেঘমল্লাৰৰ তৰংগ আছিলা….. যিয়ে নেকি অভাৱনীয়ভাৱে বজ্ৰপাত লৈ আনে.. ‌‌উপলদ্ধি কৰিলো মই যেন বিবেকহীনৰ দৰে অসময়ত তোমাৰ অস্তিত্ব বিচাৰিহে গৈ আছিলো….!!

Design a site like this with WordPress.com
Get started